Code of conduct

Code of Conduct

               The institution has formulated Code of Conduct to provide and improve overall academic and social development of the students as the reputation of the institution depends mainly on the academic performance as well as on behavior of the students. The institutional goal is “To produce competent, disciplined and quality human resource having the drive to become the pioneers of tomorrow”. The purpose of the institutional code of conduct is to make the students and the staff of the college familiar about the rule and regulations of the institution and to progress towards the achievement of the mission and vision of the college.

Rules and regulations for maintenance of the discipline:

    ØStudents admitted to this college must abide by the rules and regulations as prescribed by the college authority. Violation of rules and regulations, irregular attendance, discourtesy to the teachers and staff members, used of physical force, use of filthy obscene language, and willful damage of intuitional property will lead to strict disciplinary action.

           Øমহাবিদ্যালয়ৰ কৰ্তপক্ষই নিৰ্দ্ধাৰিত কৰি দিয়া নীতি-নিৰ্দেশনা সমূহৰ প্ৰতি ছাত্ৰ-ছাত্ৰীসকল দায়বদ্ধ হ’ব লাগিব। মহাবিদ্যালয়ৰ নীতি-নিৰ্দেশনা উলংঘা কৰা, অনিয়মীয়া উপস্থিতি,শিক্ষক-শিক্ষয়ত্ৰী আৰু কৰ্মচাৰীৰক দুব্যৱহাৰ কৰা আৰু প্ৰতিষ্ঠানৰ সম্পত্তি/আচবাব ইচ্ছাকৃত ক্ষতিৰ বাবে কঠোৰ অনুশাসনমূলক ব্যৱস্হা গ্ৰহণ কৰা হ’ব ।

     Ø Students should attend regular classes.  For irregular students in class, the following regulation will be applied by the college.

· If he/she remain irregular, notice will be hang on the notice board

· Still he/she fails to attend the classes; their parent will be informed by the Head of Department (HoD).

· Still if they are not attending the classes, they have to be produce in front of the principal. Then the principal/authority of the college will take necessary action.

Ø ছাত্ৰ-ছাত্ৰীসকলৰ শ্ৰেণীত নিয়মীয়া উপস্থিতি বাধ্যতামূলক। অনিয়মীয়া ছাত্ৰ-ছাত্ৰীৰ ক্ষেত্ৰত মহাবিদ্যালয়ে তলত উল্লেখ কৰা ব্যৱস্থাৱলী গ্ৰহণ কৰিব-

Ø বিভাগীয় প্ৰধানে অনিয়মীয়া ছাত্ৰ-ছাত্ৰীৰ নাম আৰু ৰোল নং সহ জাননী ফলকৰ জৰিয়তে অৱগত কৰিব ।

Ø বিভাগীয় প্ৰধানে বিষয়টি অভিভাৱকক অৱগত কৰিব ।

Ø ইয়াৰ পিছতে যদি বিষয়টি গুৰুত্ব সহকাৰে নলয় তেনেহ’লে এই ক্ষেত্ৰত অধ্যক্ষই হস্তক্ষেপ কৰিব।

Ø College Authority strictly maintain zero tolerance against physical assultation for womens.

   কলেজ কতৃপক্ষই নাৰীৰ সুৰক্ষাৰ ক্ষেত্ৰত শূন্য সহনশীলতা বজাই ৰাখে।

Ø It is compulsory for all the students to attend the sessional examinations.  For particular cases special test will be conducted for absentee students. All the students should secure a minimum of 50% in all the examinations and assignments. If any student is found absent in any of the examinations, he/she must produce an application with the signature of the guardian to the Principal through the Head of the Department.

Ø গোট পৰীক্ষাসমূহত ছাত্ৰ-ছাত্ৰীসকলৰ উপস্হিতি বাধ্যতামূলক। প্ৰতিটো গোট পৰীক্ষাত নূন্যতম ৫০% নম্বৰ পাব লাগিব । যদি কিবা কাৰণত কোনো ছাত্ৰ-ছাত্ৰী পৰীক্ষাত অনুস্থিতি থাকে তেনেহ’লে যথোপুক্ত কাৰণ দৰ্শাই অধ্যক্ষ/বিভাগীয় প্ৰধানৰ ওচৰত অভিভাৱকৰ স্বাক্ষৰ সম্বলিত আৱেদন পত্ৰ দাখিল কৰিব লাগিব ।

Ø As regards attendance in class, a student’s shall be eligible to appear in the examination as a regular candidate. At least 75% attendance is required for a regular candidate to be eligible to appear in the examination.

Ø শ্ৰেণীত উপস্থিতিৰ সন্দৰ্ভত এজন শিক্ষাৰ্থীয়ে নিয়মীয়া প্ৰাৰ্থী হিচাপে বিশ্ববিদ্যালয়ৰ ষান্মাসিক পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ যোগ্য হ’ব যদিহে তেওঁ বা তাইৰ ব্যক্তিগত বিষয়ত নূন্যতম/কমেও ৭৫%উপস্হিতি থাকিব লাগিব। অনিয়মীয়া শিক্ষাৰ্থীৰ বাবে বিশ্ববিদ্যালয়ৰ নিৰ্দিষ্ট নিয়মাৱলী প্ৰয়োগ কৰা হ’ব।

Ø Ragging is strictly prohibited by law. Any students found indulging in practice of ragging will be liable to strict disciplinary actions in the form of suspension or even expulsion from the intuition.

Ø ৰেগিং কঠোৰভাৱে নিষিদ্ধ। ৰেগিং অনুশীলন কৰাৰ বাবে দুখী সাৱস্ত্য হোৱা যিকোনো শিক্ষাৰ্থী নিলম্বন বা আনকি মহাবিদ্যালয়ৰ পৰা বহিস্কাৰৰ ৰূপত তীব্ৰ অনুশাসনমূলক প্ৰদক্ষেপৰ বাবে দায়বদ্ধ হ’ব ।

Ø Students are required to come to the college in full and proper uniform. No students will be allowed to attend classes without proper uniform.

Ø শিক্ষাৰ্থী সকল সঠিক ইউনিৰ্ফম/পোছাক পৰিধান কৰিব লাগিব। অন্যথা শ্ৰেণী কোঠাত প্ৰৱেশ কৰিবলৈ দিয়া নহ’ব ।

Ø Identity card is compulsory for all the students inside college premises. In case loss of identity card, duplicate card will be issued to the students when he or she apply for it on payment of a fine.

Ø ছাত্ৰ-ছাত্ৰীসকলে মহাবিদ্যালয়লৈ আহোতে সদায় লগত পৰিচয় পত্ৰ আনিব লাগিব । যদি কিবা কাৰণত পৰিচয় পত্ৰ হেৰায়,তেনেহ’লে সামান্য মাচুলৰ বিনিময়ত পুনৰ পৰিচয় পত্ৰ প্ৰদান কৰা হ’ব।

Ø Students must observed strict silence in between class hours.

Ø ছাত্ৰ-ছাত্ৰীসকলে পাঠদান চলি থকা সময়ত নীৰৱতা অৱলম্বন কৰিব লাগিব ।

Ø Smoking is strictly prohibited inside the college premises.

Ø মহাবিদ্যালয়ৰ চৌহদত ধ্ৰুমপান সম্পূৰ্ণভাৱে নিষিদ্ধ ।

Ø Students must take prior written permission from the principal for absence in the class for more than two days.

Ø মহাবিদ্যালয়ত দুদিনতকৈ বেছি অনুপস্থিত থাকিলে ছাত্ৰ-ছাত্ৰীসকলে মহাবিদ্যালয়ৰ কৰ্তৃপক্ষৰ পৰা আগতীয়া লিখিত অনুমতি ল’ব লাগিব ।

Ø No students will be allowed to leave the college campus in between 10:00 am to 2:00 pm.

Ø মহাবিদ্যালয়ৰ প্ৰৱেশদ্বাৰ ৰাতিপুৱা ১০:০০ বজাৰ পৰা বিয়লি ২:00 বজালৈকে বন্ধ কৰিব ।গতিকে ছাত্ৰ-ছাত্ৰীসকলে ১০:০০ বজাৰ আগতে মহাবিদ্যালয়ত প্ৰবেশ কৰিব লাগিব আৰু বিয়লি ২:00 বজাৰ আগতে মহাবিদ্যালয়ৰ পৰা বাহিৰলৈ ওলায় যাব নোৱাৰিব ।

WE DONOT COMPROMISE WITH CODE OF CONDUCT